নিমপাত গছ আৰু তাৰ গুনাগুণ

  নিমপাত গছ আৰু তাৰ গুনাগুণ 

https://jayantaayurvedictips.blogespot.com



প্ৰতি মাহত যদি অন্তত: এদিন নিমপাত বাটি গোটেই দেহত সনা যায় , তেনেহলে জীৱানু নাশ হয় । 

২৫/৩০ টা নিমপাত আৰু ৩০ গ্ৰাম কেচা হালধী একেলগে বাটি দেহত সানিলে দেহৰ বৰ্ন যেনেদৰে উজ্জ্বল হয় , ঠিক সেইদৰে কোনো ধৰনৰ চৰ্মৰােগ হোৱাৰ সম্ভাবনা নাথাকে । 

প্ৰতিদিন ৰাতিপুৱা খালীপেটে ১ চামুচ নিমপাত গুড়িৰ সৈতে ‍১ চামুচ মৌ মিহলাই খালে ডিচেন্ট্ৰি আৰু ক্ৰিমি হোৱাৰ সম্ভাৱনা নাথাকে । 




প্ৰতিদিন ৰাতিপুৱা খালীপেটে ১ চামুচ নিমপাতৰ ৰসৰ সৈতে ১ চামুচ কেচা হালধীৰ ৰস মিহলাই খালে তেজ পৰিস্কাৰ হয় , বায়ু পিত্ত কফ নাশ হয় আৰু চকুৰ দৃস্টি প্ৰখৰ হয় ॥ 





Post a Comment

0 Comments